আজি ৯ নৱেম্বৰ, দেওবাৰ। এই বন্ধ দিনটোৰ সোণ-ৰূপৰ মূল্যত কোনো ধৰণৰ পৰিৱৰ্তন দেখা নাই। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ১,২২,০২০ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১১,৮৫০ টকা। ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯১,৫২০ টকা।
1 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, গুৱাহাটীত আজিৰ দিনটোত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২২,০২০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ১২,২০,২০০ টকা।