আজি ২ নৱেম্বৰ, দেওবাৰ। আজিৰ দিনটোত সোণ-ৰূপৰ মূল্যত বিশেষ পৰিৱৰ্তন হোৱা দেখা নাই। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৩,০০০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১২,৭৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯২,২৫০ টকা।
ইফালে, দেশৰ ৰাজধানী দিল্লীত আজিৰ দিনটোত ২৫ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৩,১৫০ টকা, ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১২,৯০০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯২,৪০০ টকা।
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১২,৩০০ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১১,২৭৫ আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৯,২২৫ টকা।
ইফালে, ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৩,০০০ টকা, ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১২,৭৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯২,২৫০ টকা।
ৰূপৰ মূল্য যদি চোৱা যায়, তেন্তে প্ৰতি গ্ৰামৰ ৰূপ মূল্য হৈছে ১৫২ টকা হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ১,৫২,০০০ টকা।