দেহৰ অতিৰিক্ত চৰ্বীক লৈ পৰিছে নেকি চিন্তাত? এইসমূহ যোগাসনে দিব সকাহ
দেহ আৰু মন সুস্থ কৰি ৰখাত যোগে কৰে যথেষ্ট সহায়। যোগৰ জৰিয়তে কিছুমান ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰি নিজৰ দেহ। ৰোগ প্ৰতিৰোধৰ লগতে কিছুমান যোগাসনৰ দ্বাৰা পেট, উৰু আৰু কঁকালৰ চাৰিওফালে জমা হোৱা অতিৰিক্ত চৰ্বী হ্ৰাস কৰিব পাৰি। অতিৰিক্ত চৰ্বী হ্ৰাস কৰাৰ লগতে কেলৰি বাৰ্ণ কৰি এই যোগাসনসমূহে ওজন নিয়ন্ত্ৰণত সহায় কৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5