Assam Weather Update: শীতৰ প্ৰথমজাক বৰষুণৰ পিছতেই ৰাজ্যত কুঁৱলীৰ ডাঠ আৱৰণ, শীতৰ প্ৰকোপ বৃদ্ধি
বতৰ বিজ্ঞানৰ মতে, আগন্তুক ৫ দিন ৰাজ্যত ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাব। আজিৰ দিনটো ডাঠ কুঁৱলীৰে আৱৰি থাকিল ৰাজ্যৰ ভিন্ন প্ৰান্ত। কাইলৈ অৰুণাচল প্ৰদেশ আৰু অসমত বিভিন্ন স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5