শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পীলৈ বিত্তীয় সকাহ, ৰাজ্যিক কেবিনেটে ল’লে সিদ্ধান্ত

Sarthebari: কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। এই সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পীসলক বিত্তীয় সকাহ দিয়াৰ কথা।

barasha-misra
Barasha Misra | Updated On: 10 Jul 2025 22:28 PM
অন্ত পৰিল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। আজি কেবিনেটত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে।

1 / 5
কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। এই সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পীসলক বিত্তীয় সকাহ দিয়াৰ কথা।

2 / 5
মুখ্যমন্ত্ৰীয়ে কয়,  সৰ্থেবাৰীৰ কাঁহ শিল্পী সকলে আগতে GST দিব লগা হোৱা নাছিল, কিন্তু এতিয়া GST দিব লাগে। যিটো GST ৰাজ্যিক চৰকাৰৰ অংশ। এতিয়াৰে পৰা সৰ্থেবাৰীৰ কাঁহ শিল্পীসকলে আমাক জমা দিব আমি আমি উভতাই দিম।

3 / 5
অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে কয়, কাঁহ শিল্পী সকলে যি ৰাজ্যিক GST দিব লগা হৈছিল, সেয়া উভতাই দিয়া হ’ব। কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ইয়াৰ ফলত কাঁহ শিল্পীসকল লাভান্বিত হ'ব।

4 / 5
ইয়াৰোপৰি, আজিৰ কেবিনেটত ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ নতুনকৈ নামকৰণ, ৰাজ্যৰ গাঁওবুঢ়াসকলৰ দৰমহা বৃদ্ধি আৰু অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ লগতে বহুকেইটা সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে।

5 / 5