শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আহি আছে ‘ককাদেউতা নাতি আৰু হাতী-২’, আজি পোষ্টাৰ মুকলি

একালৰ অসমীয়া হিট ছবিখন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। ৰিণিকি ভূঞা শৰ্মাৰ সামগ্ৰিক উপস্থাপনেৰে নিৰ্মাণ কৰা এই ছবিখন পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই। আজি ছবিখনৰ পোষ্টাৰ মুকলি কৰে।

barasha-misra
Barasha Misra | Updated On: 05 Sep 2025 19:40 PM
একালৰ অসমীয়া হিট ছবিখন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। আজি ছবিখনৰ পোষ্টাৰ মুকলি কৰে।

1 / 5
সময়ে গৰকা এটি কাহিনীয়ে লাভ কৰিব এক নতুন গতি, নতুন ৰূপ। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ দ্বাৰা নিৰ্মাণ হৈছে ছবিখন। আজি আইদেউ ছবিগৃহত  ৰিণিকি ভূঞা শৰ্মাই মুকলি কৰে ছবিখনৰ পোষ্টাৰ।

2 / 5
এই অনুষ্ঠানত উপস্থিত থাকে ছবিখনৰ অভিনেতা-অভিনেত্ৰীসকল। ২১ নৱেম্বৰত ছবিগৃহলৈ আহিব বহু প্ৰতীক্ষিত অসমীয়া ছবিখন।

3 / 5
এই অনুষ্ঠানত ৰিণিকি ভূঞা শৰ্মাই কয় যে, প্ৰাইড ইষ্টৰ পৰা এখন Mega Blockbuster চিনেমা ৰাইজৰ বাবে আগবঢ়াবলৈ আমি চেষ্টা কৰিছোঁ। ২১ নৱেম্বৰত সকলোৱে চিনেমাখন এবাৰ আহি চাব আৰু আমাক আশীৰ্বাদ কৰিব।'

4 / 5
এই ছবিখনত প্ৰাঞ্জল শইকীয়া, তপন দাস, আদিল হুছেইন, যতীন বৰা, উৎপল দাস, প্ৰস্তুতি পৰাশৰ, প্ৰীতি কংগণা, পংকজ মহন্ত,দেৱজীত মজুমদাৰ, শ্ৰেয়া বৰঠাকুৰ আৰু সিদ্ধান্ত কলিতাই অভিনয় কৰিছে। ইয়াৰে কাহিনী ভাস্কৰ হাজৰিকাৰ, চিত্ৰনাট্য প্ৰদীপ দৈমাৰীৰ আৰু শ্বেতা ভেংকটৰ সম্পাদনাই নতুন ৰূপ লাভ কৰিছে।

5 / 5