ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী: পৰিয়ালসহ গুৱাহাটীত উপস্থিত পুত্ৰ তেজ হাজৰিকা
বছৰজোৰা কাৰ্যসূচীৰে চলিছে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী আয়োজনৰ প্ৰস্তুতি। ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব মূল শতবাৰ্ষিকীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে পিতৃৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে অসমত উপস্থিত হৈছে ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা।

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6