আইপিএল ২০২৫এ আনি দিলে সৌভাগ্যঃ ঠিকনা সলালে ৰিংকু সিঙে, পৰিয়ালৰ মুখত সুখৰ হাঁহি
ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিক প্ৰদৰ্শনৰ পিছত আইপিএলৰ জৰিয়তে ক্ৰিকেট বিশ্বত এটি পৰিচিত নাম হৈ পৰিছিল ৰিংকু সিং। বিগত বৰ্ষলৈকে মাত্ৰ ৫৫ লাখ টকাত কলকাতাৰ বাবে খেলি থকা ৰিংকুৱে এইবাৰ লাভ কৰিছে বৃ্হৎ মূল্য। ১৩ কোটি টকাত ৰিংকুক ৰিটেইন কৰিছে কলকাতাই। এগৰাকী চিলিণ্ডাৰ বিতৰক পিতৃৰ কোটিপতি পুত্ৰ ৰিংকুৱে এতিয়া পৰিয়ালসহ এক নতুন ঠিকনা গ্ৰহণ কৰিছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5