শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

টাটাই মুকলি কৰিলে Punchৰ কেম’ এডিচনঃ কিমান হ’ব মূল্য, কি কি থাকিব সুবিধা? চাওক সবিশেষ

দেশৰ সৰ্বাধিক প্ৰচলিত গাড়ী নিৰ্মাতা কোম্পানীৰ অন্যতম টাটা মটৰ্ছে ইতিমধ্যে কোম্পানীটোৰ বহুল প্ৰচলিত বাহন Punchৰ কাজিৰঙা এডিচন, গোল্ড এডিচন, ডাৰ্ক এডিচন, ৰেড এডিচনৰ দৰে কিছুমান বিশেষ সংস্কৰণৰ মডেল মুকলি কৰিছে। এইবাৰ কোম্পানীটোৱে গ্ৰাহকৰ বাবে মুকলি কৰিছে Punchৰ কেম’ এডিচন। এই বাহনখনৰ দাম কিমান চাও আহক।

monjit-dutta
Monjit Dutta | Published: 05 Oct 2024 09:45 AM
টাটা মটৰ্ছে নিজৰ জনপ্ৰিয় বাহনসমূহৰ বিশেষ সংস্কৰণৰ মডেল মুকলি কৰি থাকে। এইবাৰ কোম্পানীটোৱে গ্ৰাহকৰ বাবে মুকলি কৰিছে Punchৰ কেমো সংস্কৰণ।

1 / 5
এই বিশেষ সংস্কৰণৰ বাহনখন য়ুনিক সিৱিড গ্ৰীণ ৰঙত মুকলি কৰা হৈছে। বাহনখনৰ উপৰিভাগত থাকিব ৰঙা ৰং।

2 / 5
এই কেম’ এডিচনত ৱায়াৰলেছ এণ্ড্ৰইড অটো আৰু এপল কাৰপ্লে’ৰ লগতে ১০.২৫ ইঞ্চিৰ ইনফ’টেইনমেণ্ট চিষ্টেম আছে। ইয়াৰ লগতে ৱায়াৰলেছ চাৰ্জিং, ৰিয়েৰ এচি ভেণ্ট আৰু আৰ্মৰেষ্টৰ দৰে সুবিধা উপলব্ধ হ’ব।

3 / 5
নতুন সংস্কৰণত লগতে ৰেইন চেন্সিং ৱাইপাৰ, ৰিভাৰ্ছ পাৰ্কিং কেমেৰা, ফ্ৰন্ট ফগ লেম্প, ইলেক্ট্ৰনিক ষ্টেবিলিটি প্ৰগ্ৰেম, ৰিয়াৰ ডিফ’গাৰ, ডুৱেল এয়াৰবেগ আৰু ISOFIX আসনৰ সুবিধাও থাকিব।

4 / 5
টাটা মটৰ্ছৰ এই Punch কেম’ এডিচনৰ মূল্য ৮ লাখ ৪৫ হাজাৰ টকাৰ (এক্স শ্ব’ৰুম) পৰা আৰম্ভ হ’ব।

5 / 5