টি-২০ বিশ্বকাপৰ পূৰ্বে বিভেদত জুৰুলা পাকিস্তান! এইবাৰ শ্বাহিন আফ্ৰিদীৰ অসন্তুষ্টি
সমুখত টি-২০ বিশ্বকাপ। মাজত আৰু মাত্ৰ কেইটামান দিন। কিন্তু তেনে সময়তে বেভেদে জুৰুলা কৰিছে পাকিস্তান ক্ৰিকেট দলক। ইতিপূৰ্বে পিচিবিৰ মুৰব্বী মহছিন নাকভিয়ে টি-২০ বিশ্বকাপৰ বাবে ঘোষিত দলটি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। এতিয়া পিচিবিৰ প্ৰস্তাৱ নাকচ কৰি নতুন বিতৰ্ক আৰম্ভ কৰিছে শ্বাহীন আফ্ৰিদীয়ে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5