সমুখত শক্তিশালী পাকিস্তানঃ কিদৰে ভাৰতে অতিক্ৰম কৰিব এই বাধা..
নিউয়ৰ্কৰ নাছাউ কাউন্টি ক্ৰিকেট ষ্টেডিয়ামত আজি ক্ৰিকেট বিশ্বৰ বহু আকাংক্ষিত তথা প্ৰতীক্ষিত যুঁজ। দুই এছিয়ান ক্ৰিকেট শক্তি ভাৰত আৰু পাকিস্তান আজি পুনৰবাৰ ২২ গজৰ যুঁজত পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইতিমধ্যে টি-২০ বিশ্বকাপত পাকিস্তানক ৬ বাৰ পৰাজিত কৰা ভাৰতে আন এক জয়ৰ লক্ষ্যৰে আজি অৱতীৰ্ণ হ’ব। কিন্তু বেটিং-বলিং উভয় দিশতে শক্তিধৰ পাকিস্তানৰ শক্তি উলাই কৰিব বিপদ হ’ব ভাৰতৰ। দলটোৰ কেইগৰাকীমান তাৰকা ভাৰতীয় দলৰ বাবে বিপৰ্যয়ৰ কাৰণ হৈ উঠিব পাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5