শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam: আহিব পাৰে মুকলি আকাশৰ তললৈ! চুমি- তাৰ্কিক- বিশালক লৈ ডাঙৰ খবৰ…

Assam trading scam: কিছুদিন পূৰ্বে ৰাজ্যত পোহৰলৈ অহা এক ট্ৰেডিং কেলেংকাৰীয়ে সমগ্ৰ দেশত আলোড়নৰ সৃষ্টি কৰিছিল। ট্ৰেডিং কেলেংকাৰী অভিযোগত গ্ৰেপ্তাৰ হৈছি চুমি বৰা, তাৰ্কিক বৰা, বিশাল ফুকনৰ লগতে বহুতো। এতিয়াও ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত একাংশ অভিযুক্ত জেলত আছে।

barasha-sarma
Barasha Sarma | Published: 13 Nov 2024 18:56 PM
ৰাজ্যত সংঘটিত হোৱা অনলাইন ট্ৰেডিং কেলেংকাৰীয়ে জোকাৰি গৈছিল সমগ্ৰ দেশ। ২২ বছৰীয়া বিশাল ফুকন নামৰ যুৱকজনে সাধাৰণ ৰাইজক ৰাম ঠগন দি কোটি কোটি টকা লুণ্ঠন কৰিছিল। কম টকাৰ বিনিময়ত অধিক টকা লাভৰ প্ৰলোভন দি ৰাজ্যৰ বহু লোকক জালত পেলাইছিল।

1 / 5
বিশালৰ লগতে এই কেলেংকাৰীত নাম সাঙোৰ খাইছিল চুমি বৰা আৰু তাৰ্কিক বৰা। এই দুয়োগৰাকী স্বামী- স্ত্ৰীয়েও বিশালৰ সৈতে মিলি কোটি কোটি টকাৰ লুণ্ঠন কৰিছিল। বৰ্তমান জেলত আছে আটাইকেইজন অভিযুক্ত। কিন্তু তিনিওৰে লগত জড়িত এক নতুন খবৰ পোহৰলৈ আহিছে।

2 / 5
Assam: আহিব পাৰে মুকলি আকাশৰ তললৈ! চুমি- তাৰ্কিক- বিশালক লৈ ডাঙৰ খবৰ…

3 / 5
দুয়োৰে ৰায়দানৰ বাবে ২৬ নৱেম্বৰৰ দিনটো ধাৰ্য কৰে ন্যায়ালয়ে। ইতিপূৰ্বে চুমি বৰাৰ জামিন নাকচ কৰিছে  CBI বিশেষ আদালতে।

4 / 5
উল্লেখ্য যে, কিছুদিন পূৰ্বে জামিন লাভ কৰিছিল তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাই। ইয়াৰোপৰি ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰঞ্জিত কাকতিয়েও ইতিমধ্যে জামিন লাভ কৰিছে। গতিকে এই তিনিওগৰাকীয়ে জামিন লাভ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। অৱশ্যে কাইলৈ গম পোৱা যাব, ন্যায়ালয়ে তেওঁলোকক জামিন প্ৰদান কৰে নে নাই।

5 / 5