ভ্ৰমণৰ সময়ত হঠাৎ ঋতুস্ৰাৱ! এই উপায়েৰে পাব বিষৰ পৰা উপশম
Periods Pain: আপুনিও কৰোবাত যাবলৈ টিকট বুকিং কৰিছে, আৰু ভ্ৰমণৰ পূৰ্বে হঠাতে মাহেকীয়া আৰম্ভ হ’লে, তেতিয়া কি কৰিব? একাংশই অসহ্যকৰ বিষৰ বাবে আৰামত ঘূৰি ফুৰিব নোৱাৰে ফলত বাৰে বাৰে বাথৰুমলৈ যায়, মেজাজ সলনি হয়। ফলত ভ্ৰমণৰ আনন্দ নষ্ট হৈ যায়।

1 / 7

2 / 7

3 / 7

4 / 7

5 / 7

6 / 7

7 / 7