ট্ৰেণ্ডিং ডিজাইনৰ oxidized jewellery চুট আৰু শাড়ীৰ সৈতে পিন্ধক, সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব আপোনাৰ ওপৰত
উৎসৱৰ বতৰ উপলক্ষে প্ৰতিগৰাকী মহিলাই ধুনীয়া দেখাব বিচাৰে, যাৰ বাবে তেওঁলোকে অধিক কাপোৰ, যেনে-শাড়ী, লেহেংগা ক্ৰয় কৰে। কিন্তু গহনা অবিহনে লুকটো যেন অসম্পূৰ্ণ। এনে পৰিস্থিতিত উৎসৱৰ বতৰত বাবে এই গহনা ডিজাইনবোৰৰ পৰাই আইডিয়া ল’ব পাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5