নাজিৰাৰ শিমলুগুৰি আৰক্ষী থানত টকাৰ দ’ম, ক’ৰ পৰা আহিল?
এটা বাকচৰ পৰা উদ্ধাৰ হৈছে লাখে লাখে টকা। হাতেৰে টকা গণি শেষ কৰিব নোৱাৰি অৱশেষত ব্যৱহাৰ কৰিবলগীয়া হৈছে মেচিন । এই দৃশ্য শিমলুগুৰিৰ আৰক্ষী থানাৰ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5