শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সোনাক্ষী সিনহাৰ নতুন ৰূপ, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কেইখনমান বিশেষ ফটো

'হীৰামণ্ডী'ত অভিনয় কৰিছে সোনাক্ষী সিনহাই। ছবিখনৰ লগত জড়িত কেইখনমান ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে সোনাক্ষীয়ে।

Barasha Misra
Barasha Misra | Updated On: 08 May 2024 18:46 PM
বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত অন্য়তম সোনাক্ষী সিনহা।

1 / 5
সঞ্জয় লীলা ভাঞ্চালীৰ ছবি হীৰামণ্ডিত অভিনয় কৰা দেখা পাব সোনাক্ষীক।

2 / 5
এই ছবিখনত সোনাক্ষীৰ সৈতে অদিতি ৰাও হাইদাৰী, ৰিচা চাড্ডা, মনীষা কৈৰালাকো দেখা গৈছে।

3 / 5
ছবিখনৰ লগত জড়িত কেইখনমান ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে সোনাক্ষী।

4 / 5
তথ্য়নুসৰি ছবিখনৰ চৰিত্ৰত সোনাক্ষী ন বছৰীয়া ছোৱালী থাকোঁতে বিক্ৰী কৰি পেলোৱা হৈছিল। হয়তো সেইবাবেই তাই পুৰুষক একেবাৰে ঘৃণা কৰা দেখুৱাব। সামাজিক মাধ্যমত এতিয়া ছবিখনকলৈ চলিছে বিশেষ চৰ্চা।

5 / 5