ৰাজ্যত অব্যাহত বন্যজন্তুৰ অংগৰ চোৰাং বেহা! আৰক্ষী, বন বিভাগৰ জালত ৩ সৰবৰাহকাৰী
ৰাজ্যত অবাধে চলিছে বন্যজন্তুৰ অংগৰ অবাধ চোৰাং বেহা। বন্যজন্তু তথা পক্ষীৰ শৰীৰৰ অংগ সৰবৰাহৰ চক্ৰই চলাই আহিছে দুষ্টচক্ৰই । গোপন সূত্ৰৰ পম খেদি কাজিৰঙা আৰু নগাঁও বন বিভাগে কঠিয়াতলী আৰক্ষীৰ সহযোগত জব্দ কৰিছে হাতীৰ দাঁত, বাঘৰ দাঁতৰ লগতে বহুতো জন্তু দেহৰ অংগ ৷

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5