মাত্ৰ ৫-১০ হাজাৰ টকাত স্মাৰ্টফোন! আছে অতিৰিক্ত অফাৰোঃ নেহেৰুৱাব সুযোগ..
বৰ্তমান সময়ত এটা স্মাৰ্টফোনৰ প্ৰয়োজনীয়তা কিমান, সেয়া নতুনকৈ নক’লেও হ’ব। পিছে হাতত পৰ্যাপ্ত ধন নথকাৰ বাবে এটি স্মাৰ্টফোন ক্ৰয়ৰ বাবে বহুলোক থমকিবলগা হয়। গতিকে কম বাজেটৰ ভিতৰত যদি এটা স্মাৰ্টফোন ক্ৰয় কৰিব বিচাৰে, তেন্তে এই স্মাৰ্টফোনকেইটাৰ ওপৰত এবাৰ চকু ফুৰাব পাৰে। মাত্ৰ ৫ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকাৰ বাজেটতে ক্ৰয় কৰিব পাৰে এই স্মাৰ্টফোনকেইটা। তদুপৰি এই স্মাৰ্টফোনকেইটাত বেংকৰ অফাৰৰ সুবিধাও লাভ কৰিব গ্ৰাহকসকলে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5