শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

উজ্জ্বল হৈ উঠিব ছাল, নপৰে বয়সৰ প্ৰভাৱ! আজিৰ পৰা কৰক এই কাম…

শৰীৰৰ লগতে মনৰ বাবে অতি উপযোগী যোগ। প্ৰতিদিনে যোগাসন কৰিলে শৰীৰৰ লগতে মনৰ স্বাস্থ্যও উন্নত হয়। কেৱল এয়াই নহয়, ই ছাল - চুলিৰ স্বাস্থ্যও ভাল কৰে। যোগাসন কৰিলে দেহত বয়সৰ প্ৰভাৱ কম পৰে।

barasha-sarma
Barasha Sarma | Updated On: 01 Dec 2024 19:31 PM
সৰ্বাংগাসনঃ মুখৰ উজ্বলতা বৃদ্ধি কৰিবলৈ প্ৰতিদিনে যোগাসন কৰিব পাৰে। ছালৰ স্বাস্থ্যৰ বাবে প্ৰতিদিনে সৰ্বাংগাসন কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ মুখৰ ফালে তেজৰ সঞ্চালন ঘটে, যাৰ ফলত মুখৰ গ্লো বা উজ্বলতা বৃদ্ধি পায়। ইয়াৰ বাহিৰে এই যোগাসনে আৰু বহু উপকাৰ কৰে। শৰীৰৰ আন সমস্যাৰ বাবেও ই ভাল।

1 / 5
হালাসনঃ সৰ্বাংগাসনৰ দৰে হালাসন ছালৰ বাবে উপকাৰী। ই এটা সহজ যোগাসনৰ ভংগীমা যিটো আপুনি আপোনাৰ দৈনন্দিন জীৱনত কৰিব পাৰে। এই যোগ আসন কৰিলে মুখৰ ছাল সুস্থ হৈ উঠে আৰু বয়সৰ প্ৰভাৱ নপৰে। যাৰ ফলত প্ৰাপ্তবয়স্কলোককো কম বয়সৰ যেন দেখি। ইয়াৰ উপৰিও এই যোগ আসন কৰিলে কোষ্ঠকাঠিন্য, গেছৰ দৰে সমস্যা ৰোধ হয় আৰু বহু সমস্যা ঠিক হয়।

2 / 5
উষ্ট্ৰাসনাঃ যিসকল লোকৰ ডাবল চিন আৰু চৰ্বিৰ সমস্যা থাকে, তেওঁলোকে দৈনন্দিন উষ্ট্ৰাসনা  কৰিব পাৰে। ইয়াৰ বাহিৰেও যদি আপুনি নিয়মিতভাৱে এই যোগাসন কৰে তেন্তে মুখ, পিঠি আৰু কান্ধৰ পেশীবোৰ সুস্থ হৈ থাকে। ইয়াৰ ফলত মানসিক চাপ নোহোৱা হয় লগতে পাচন  শক্তি ভাল হয়, ভৰি সুস্থ হয় লগতে উৰুৰ অতিৰিক্ত চৰ্বি হ্ৰাস হয়।

3 / 5
উত্তনাসনঃমুখৰ ছালখন সুস্থ কৰি তুলিবলৈ আৰু উজ্বলতা বৃদ্ধি কৰিবলৈ প্ৰতিদিনে উত্তনাসন কৰিব পাৰে। এই যোগ আসন কৰিলে আপোনাৰ ছালৰ বাহিৰেও আপোনাৰ মানসিক চাপ কম হয় আৰু হজম শক্তি উন্নত হয়। ইয়াৰোপৰি ই টোপনিৰ ধৰণ উন্নত কৰা, ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা, মানসিক চাপৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।

4 / 5
মুখৰ যোগাসনঃ মুখৰ ছালখন সুস্থ কৰি ৰাখিবলৈ দৈনন্দিন জীৱনত যোগাসনৰ উপৰিও মুখৰ যোগাসনও কৰিব পাৰি। ইয়াৰ পৰা বহু উপকাৰ পোৱা যায়।মুখৰ সৰল যোগাসন যেনে পাফ যোগাসনৰ ভংগীমা, ফিচ পজ, চিন লিফ্ট, ফেচ টেপিং, বেলুন পজ আদিয়ে মুখৰ ছাল সুস্থ আৰু উজ্বল কৰি ৰখাত সহায় কৰে।

5 / 5