শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Mantu Moni Saikia Wedding: বিবাহ পাশত আৱদ্ধ কণ্ঠশিল্পী মন্টুমণি শইকীয়া, ৰিচাৰ সৈতে কৰিলে যুগ্ম জীৱনৰ আৰম্ভণি

প্ৰেমে পূৰ্ণতা পালে কণ্ঠশিল্পী মণ্টুমণিৰ। ৰিচা কলিতাৰ সৈতে বিবাহ পাশত আৱদ্ধ মন্টুমনি শইকীয়া। বহু ৰঙীন সপোন বুকুত বান্ধি আৰম্ভ কৰিছে যুগ্ম জীৱন।

barasha-misra
Barasha Misra | Updated On: 06 Mar 2025 14:18 PM
অৱশেষত বিবাহপাশত আৱদ্ধ হ'ল কণ্ঠশিল্পী মন্টুমণি শইকীয়া। ৫ মাৰ্চত ৰিচাৰ শিৰত সেন্দুৰ বুলালে মন্টুমণিয়ে।

1 / 5
গুৱাহাটীৰ জীয়ৰী ৰিচাৰ সৈতে হাতত হাত থৈ গোটেই জীৱন একেলগতে থকাৰ শপত লৈছে কণ্ঠশিল্পীগৰাকীয়ে। হাজাৰ সপোন বুকুত বান্ধি ৰিচাই আৰম্ভ কৰিছে মন্টুমণিৰ সৈতে যুগ্ম জীৱন।

2 / 5
প্ৰথমতে প্ৰেম তাৰ পিছত বিবাহ! বহু অপেক্ষাৰ অন্তত পূৰ্ণতা পালে ৰিচা আৰু মন্টুমণিৰ প্ৰেমে। ৯ মাৰ্চত অনুষ্ঠিত হ'ব অভ্যৰ্থনা অনুষ্ঠান।

3 / 5
দৰাৰ সখীয়েক হৈছে কণ্ঠশিল্পী তপন গগৈ। টেঙাখাতৰ তপন গগৈয়ে কইনাক গুৱাহাটীৰ পৰা তিতাবৰলৈ নিয়াৰ সময়ত শ্বেয়াৰ কৰিছে এটা ভিডিঅ'। য'ত ৰিচা-মন্টুৰ মুখন প্ৰেমে পূৰ্ণতা পোৱাৰ আনন্দ দেখা গৈছে।

4 / 5
উল্লেখ্য যে, বিবাহৰ পূৰ্বে কণ্ঠশিল্পীগৰাকীয়ে অনুৰাগীৰ বাবে মুকলি কৰি দিছে 'উৰুলি' নামৰ গীতটো। এই গীতটোত মণ্টুমণিৰ সৈতে কণ্ঠ নিগৰাইছে পাপৰি গগৈয়ে।

5 / 5