ইংৰাজৰ ভূমিত অধিনায়ক শুভমন গীলৰ কৃতিত্ব, গঢ়িলে কেইবাটাও ডাঙৰ অভিলেখ
এডগবাষ্টন টেষ্ট মেচত শতক অৰ্জন কৰি নিজৰ নামত বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে টীম ইণ্ডিয়াৰ যুৱ অধিনায়ক শুভমন গীলে। ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচৰ প্ৰথম দিনাই প্ৰথম ইনিংছত কেৰিয়াৰৰ সপ্তম শতক অৰ্জন কৰে। এই সময়ছোৱাত তেওঁ বহুতো অভিলেখ গঢ়িছে।

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6