Fashion Tips: গ্ৰীষ্মকালৰ বাবে নিখুঁত শ্ৰিয়াই পৰিধান কৰা এই পোছাক! ষ্টাইলৰ লগতে পাব আৰাম
Shriya Pilgaonkar Outfits: চুপাৰ ষ্টাইলিছ শৈলীৰ লগতে ভাল অভিনয়ৰ বাবে সামাজিক মাধ্যমত সকলেোৰে প্ৰিয় শ্ৰিয়া পিলগাঁওকাৰক । অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে সুন্দৰ আৰু ফেশ্বনেবল লুকেৰে সকলোকে আচৰিত কৰে। আহক আপোনাক তেঁওৰ কিছুমান সুন্দৰ লুক দেখুৱাও।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5