Assam: বিপদত একাংশ চৰকাৰী কৰ্মচাৰী! ৭ দিনৰ ভিতৰত এই কাম নকৰিলে হ’ব দৰমহা কৰ্তন…
assam secretariat; বিপদত অসম বিধানসভা সচিবালয়ৰ শতাধিক কৰ্মচাৰী। ৭ দিনৰ ভিতৰত উত্তৰ নিদিলে হ'ব পাৰে দৰমহা কৰ্তন। শতাধিক কৰ্মচাৰীলৈ বিভাগীয় কৰ্তৃপক্ষই জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5