শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আনৰ ঘৰত কাম কৰি হৈছিল জনপ্ৰিয় অভিনেত্ৰী, পাছত স্বামীক বিশ্বাসঘাটকতা কৰি খুজিব লগা হৈছিল ভিক্ষা…

বলীউড এনে এখন ক্ষেত্ৰত য'ত কিছুমানে উন্নতিৰ শিখৰলৈ গতি কৰে আৰু কিছুমান সময়ৰ সোঁতত হেৰাই যায়। এনে এগৰাকী অভিনেত্ৰী যিয়ে বিখ্যাত অভিনেত্ৰীৰ পৰা পথত ভিক্ষা খুজি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল।

barasha-sarma
Barasha Sarma | Updated On: 04 May 2025 16:51 PM
বলীউডত প্ৰতিদিনে হাজাৰ হাজাৰলোকে ভৰি থয়। ইয়াৰে কিছুমান শীৰ্ষলৈ গতি কৰে আৰু কিছুমান সময়ৰ সোঁতত হেৰাই যায়। এনে এগৰাকী অভিনেত্ৰী বলীউডত আছিল যিয়ে ঘৰত কাম কৰা যুৱতীৰ পৰা বিখ্যাত অভিনেত্ৰী হৈছিল। কিন্তু কিছুমান ভুলৰ বাবে তেওঁৰ জীৱন সলনি হৈ পৰিছিল।

1 / 5
আমি ক'ব বিচাৰিছো শশীকলা ছেহগলৰ কথা। আজিৰ সময়ত তেওঁক বহুতে সোণপাৰীৰ ফ্ৰুইটিৰ আইতাক বুলি জানে। অভিনেত্ৰীগৰাকী মহাৰাষ্ট্ৰৰ সোলাপুৰত বাস কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৯৩২ চনত।  তেওঁৰ পিতৃ ব্যৱসায়ী আছিল যদিও ডাঙৰ লোকচানৰ বাবে শশীকলা আনৰ ঘৰত কাম কৰিবলগীয়া পৰিস্থিতি আহি পৰিছিল। ইয়াৰ মাজতে বিভিন্নজনে তেওঁৰ সৌন্দৰ্য দেখি অভিনয় কৰিবলৈ পৰামৰ্শ দিছিল।

2 / 5
ইয়াৰ পাছতে তেওঁ চলচ্চিত্ৰ জগতত ভৰি থয়। কেৰিয়াৰৰ শীৰ্ষ স্থানত উপনীত হৈ অভিনেত্ৰীগৰাকীয়ে মাত্ৰ ১৯ বছৰ বয়সত ব্যৱসায়ী অ’ পি ছেহগালৰ সৈতে বিবাহপাশত আবদ্ধ হয়।  বিয়াৰ পাছত দুয়োৰে দুটি কন্যা সন্তানো জন্ম হয়।  কিন্তু দুয়োৰে সংসাৰ সুখৰ নাছিল। প্ৰায়ে স্বামীৰ সৈতে তেওঁৰ কাজিয়া লাগিবলৈ আৰম্ভ কৰিছিল তেওঁ ।

3 / 5
পৰিয়ালৰ এনে অশান্তিৰ মাজতে শশীকলা অন্য যুৱকৰ সৈতে অবৈধ সম্পৰ্কত সোমাই পৰে।  প্ৰেমত সকলো পাহৰি শশীকলাই স্বামী আৰু সন্তানক এৰি প্ৰেমিকৰ সৈতে বিদেশলৈ গুচি যায়। পিছে শশীকলাৰ এই সিদ্ধান্তও আছিল ভুল। কিন্তু প্ৰেমিকে তেওঁক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে।

4 / 5
প্ৰেমিকৰ অশান্তিত শশীকলাই পুনৰ ঘৰলৈ উভতিছিল যদি পৰিয়ালৰ লোকে তেওঁক গ্ৰহণ কৰিব বিচৰা নাছিল। পিছত শশীকলাই নিশা ৰাজপথত কটাই খাদ্যৰ বাবে ভিক্ষা খুজিব আৰম্ভ কৰিছিল।  এই সময়ত শশীকলাক সহায় কৰিছিল মাদাৰ টেৰেচাই। তেওঁৰ লগত থাকি অভিনেত্ৰীগৰাকীয়ে ৯ বছৰ ৰাইজৰ সেৱা আগবঢ়ায় । অৱশেষত ২০২১ চনত ৮৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

5 / 5