১০০ কোটি টকা ব্যয়েৰে মহানগৰীৰ বৰাগাঁৱত নিৰ্মাণ ছহিদ স্মাৰক উদ্যান, য’ত থাকিব অসম আন্দোলনৰ ছহিদৰ প্ৰতিকৃতি
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অতুল বৰাই ছহিদ স্মাৰক উদ্যানৰ নিৰ্মাণৰ বুজ লয়। ডিচেম্বৰত বা অহা বছৰৰ আৰম্ভণিতে মুকলি কৰা হ'ব পাৰে এই উদ্যানখন। অসম আন্দোলনৰ ৮৫৫গৰাকী ছহিদৰ প্ৰতিকৃতি থাকিব উদ্যানখনত।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5