শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মহানগৰীৰ বিদ্যালয়ৰ পাঠদানৰ সময়ক লৈ শিক্ষা বিভাগৰ নতুন নির্দেশনা

উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য ৷ যাৰ বাবে প্ৰশাসনে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনিৰ নিৰ্দেশনা জাৰি কৰিছে ৷ ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা।

trishna-kalita
Trishna Kalita | Updated On: 29 Jul 2025 19:10 PM
গ্ৰীষ্মপ্ৰবাহৰ বাবে কামৰূপ মেট্ৰ'ৰ শিক্ষা প্ৰতিষ্ঠানলৈ বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ। গ্ৰীষ্মপ্ৰবাহৰ বাবে ১ আগষ্টৰ পৰা  পুৱা ৭.৩০ বজাৰ পৰা ১ বজালৈ পাঠদানৰ নিৰ্দেশ।

1 / 5
গুৱাহাটী মহানগৰীৰ বিদ্যালয়ৰ বাবে নিৰ্দেশনা জাৰী কৰিলে শিক্ষা বিভাগে। ৩১ জুলাইত শেষ হ'ব বিদ্যালয়সমূহৰ গ্ৰীষ্ম বন্ধ।

2 / 5
পুৱা ৭:৩০ বজাৰ পৰা সকলো শ্ৰেণীতে আৰম্ভ হ'ব পাঠদান। অৱশ্যে ছুটীৰ ক্ষেত্ৰত শ্ৰেণী অনুসৰি থাকিব তাৰতম্য।

3 / 5
নিম্ন প্রাথমিক বিদ্যালয়ৰ ছুটীৰ সময় পুৱা ১১:৩০ বজা। উচ্চ প্রাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ছুটী হ'ব ১২ বজাত।

4 / 5
মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত দুপৰীয়া ১:০০ বজা পর্যন্ত পাঠদান চলিব।  পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ বাহাল থাকিব এই সময়সূচী ।  নিৰ্দেশনা জাৰি কামৰূপ মেট্ৰ'ৰ IS-DEEO দিপীকা চৌধুৰীৰ

5 / 5