শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শাওণৰ প্ৰথম দিনটোত শিৱৰ বিশেষ কৃপা লাভ কৰিব এই ৫ ৰাশিৰ লোকে, জানক….

Sawan 2025: হিন্দু কেলেণ্ডাৰ মতে ১১ জুলাইৰ পৰা আৰম্ভ হব শাওণ মাহ। অৱশ্যে অসমত ১৮ জুলাইৰ পৰা আৰম্ভ হব শাওণ মাহ। এই মাহটো অতি বিশেষ, কাৰণ এই মাহত শিৱক পূজা কৰিলে মনৰ সকলো ইচ্ছা পূৰণ হয় বুলি কয়।

Barasha Sarma
Barasha Sarma | Published: 10 Jul 2025 16:33 PM
Sawan 2025:  হিন্দু কেলেণ্ডাৰ মতে ১১ জুলাইৰ পৰা আৰম্ভ হ'ব শাওণ মাহ। অৱশ্যে অসমত ১৮ জুলাইৰ পৰা আৰম্ভ হ'ব শাওণ মাহ। হিন্দু কেলেণ্ডাৰ অনুসৰি, কালি দিনটোত বৈধৃতি যোগৰ সৃষ্টি হ'ব। এই দিনটো বহু ৰাশিৰ বাবে ভাগ্য ভাল হ'বলৈ গৈ আছে। ৫ টা ৰাশিয়ে শিৱৰ বিশেষ কৃপা লাভ কৰিব।

1 / 6
বৃষ ৰাশিঃ বৃষ ৰাশিৰ লোকসকলে শুকুৰবাৰে শুক্ৰদেৱৰ আশীৰ্বাদত সুখ-সুবিধা লাভ কৰিব। প্ৰেমত ভাল। সম্পদ বৃদ্ধিৰ যোগ আছে। হাতলৈ ধন আহিব।  কাইলৈ আপোনাৰ শুভ ৰং- গোলাপী, শুভ সংখ্যা-৬। ইয়াৰোপৰি কাইলৈ আপুনি মা লক্ষ্মীৰ বগা ফুল আগবঢ়ালে ভাল ফল লাভ কৰিব।

2 / 6
কৰ্কট ৰাশিঃ কৰ্কট ৰাশিৰ লোকৰ বাবে শাওণৰ প্ৰথম দিনটো অতি ভল। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। আয়ৰ নতুন বাট মুকলি হ'ব। চাকৰি লাভৰ সম্ভাৱনা।  খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। বিবাহিত জীৱন সুখকৰ হ'ব, সুখ আহিব। শুভ ৰং-ৰূপালী বগা, শুভ সংখ্যা-২। এই দিনটোত আপুনি চাউল দান কৰিলে অধিক সুফল লাভ কৰিব।

3 / 6
ধনু ৰাশিঃ ধনু ৰাশিৰ লোকসকলৰ বাবেও শাওণৰ প্ৰথম দিনটো ভাল। দিনটোৰ প্ৰথম ভাগত চন্দ্ৰ আপোনাৰ ৰাশিত থাকিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ’ব। শুভ ৰং-হালধীয়া, শুঙ সংখ্যা ৩। ভগৱান বিষ্ণুক কল আগবঢ়ালে শুভ ফল পাব।

4 / 6
মকৰ ৰাশিঃ ১১ জুলাইৰ দিনটো মকৰ ৰাশিৰ লোকৰ বাবে শুভ হ'ব। এই দিনটোত চন্দ্ৰ মকৰ ৰাশিত থাকিব। আপুনি টকা লাভ কৰিব পাৰে। আৰ্থিক অৱস্থা উন্নতি হ'ব। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। শুভ ৰং- গ্ৰে, শুভ সংখ্যা-৮। এই দিনটোত আঁহতৰ গছক পানী অৰ্পন কৰিব পাৰে।

5 / 6
মীন ৰাশিঃ মীন ৰাশিৰ লোকৰ বাবেও কাইলৈৰ দিনটো ভাল। আৰ্থিক দিশত উন্নতি লাভ কৰিব। পুৰণি বিবাদবোৰ সমাধান কৰিব পাৰিব।পৰিয়ালত এক সমন্বয়ৰ পৰিবেশ সৃষ্টি হ’ব। শুভ ৰং-পাতল সেউজীয়া, শুভ সংখ্যা-৭। এই দিনটোত তুলসী গছত চাকি জ্বলালে ভাল ফল পাব।

6 / 6