অফিচত যদি এটা ষ্টাইলিছ লুক দেখাব বিচাৰে, তেন্তে অনুসৰণ কৰিব পাৰে সান্যা মালহোত্ৰাৰ এই পোছাকক
বৰ্তমানৰ বলীউডৰ এটা পৰিচিত নাম অভিনেত্ৰী সান্যা মালহোত্ৰা। অভিনয়ৰ লগতে তেওঁৰ ফেশ্বন চেঞ্চো অতি ভাল। অফিচত যদি এটা ষ্টাইলিছ লুক দেখাবলৈ, আপুনি অভিনেত্ৰীগৰাকীৰ এই পোছাকৰ পৰা ধাৰণা ল'ব পাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5