শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Samantha Wedding Photos: সামান্থা ৰুথ প্ৰভুৰ দ্বিতীয় বিবাহকলৈ চৰ্চা, কিন্তু কিয়?

Samantha Ruth Prabhu Wedding: দ্বিতীয় বাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছে অভিনেত্ৰী সামন্থা ৰুথ প্ৰভু। সামাজিক মাধ্য়মত চৰ্চাৰ বিষয় হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ দ্বিতীয় স্বামীৰ সৈতে হোৱা প্ৰেমৰ বিষয়ে...

barasha-misra
Barasha Misra | Published: 02 Dec 2025 22:08 PM
Samantha and Raj Wedding Photos Out: নগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত পুনৰ বিবাহপাশত আৱদ্ধ হৈছে সামান্থা ৰুথ প্ৰভু। দ্য ফেমিলি মেন ছিৰিজৰ সহ-পৰিচালক ৰাজ নিদিমোৰুৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। বিয়াৰ ফটোও শ্বেয়াৰ কৰিছে দম্পতীয়ে।

1 / 6
ইতিমধ্যে সামন্থা ৰুথ প্ৰভুৰ বিয়াৰ ফটোক লৈ অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। দ্বিতীয় বিবাহৰ বাবে মানুহে অভিনন্দন জনাইছে। হঠাৎ হোৱা বিয়াখনেৰে অনুৰাগীক আচৰিত কৰি তোলে।

2 / 6
২০২৫ চনৰ ১ ডিচেম্বৰ সোমবাৰে পুৱা কইম্বাটুৰৰ ঈশা যোগ কেন্দ্ৰত বিবাহপাশত আবদ্ধ হয়। প্ৰায় ৩০ জন অতিথিয়ে বিয়াত অংশগ্ৰহণ কৰে। বিয়াৰ ফটোত দেখা গৈছে দুয়োকে আনন্দৰে থকা।

3 / 6
ৰাজ আৰু সামন্থাইও একেলগে কাম কৰিছে। মনোজ বাজপেয়ীৰ ৱেব চিৰিজ দ্য ফেমিলি মেনৰ দ্বিতীয় ছিজনত মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে ৰাজে সহ-পৰিচালনা কৰিছিল ধাৰাবাহিকখনৰ। এই সময়তে দুয়োৰে মাজত ঘনিষ্ঠতা গঢ় লৈ উঠিছিল।

4 / 6
ফটোখনৰ সৈতে হাৰ্ট ইমোজি শ্বেয়াৰ কৰি সামান্থাই লিখিছে, "০১.১২.২০২৫।" এই পোষ্টৰ পিছৰে পৰা ৰাজ আৰু সামন্থাক অভিনন্দন জ্ঞাপন কৰিছে অনুৰাগীয়ে। এজন ব্যক্তিয়ে লিখিছে, "বহুত অভিনন্দন! ভগৱানে এই দম্পতীক আশীৰ্বাদ কৰক। স্বাস্থ্যকৰ আৰু সুন্দৰ।"

5 / 6
ৰাজৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে সামন্থাই নগা চৈতন্যৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ২০১৭ চনত বিবাহপাশত আৱদ্ধ হয় যদিও চাৰি বছৰৰ পাছত পৃথক হোৱাৰ সিদ্ধান্ত লয়। এতিয়া বিবাহ বিচ্ছেদৰ চাৰি বছৰৰ পাছত সামান্থাই পুনৰ বিবাহপাশত আৱদ্ধ হৈছে।

6 / 6