শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কোন সেইগৰাকী অভিনেত্ৰী, যাক বিয়া পাতিব বিচাৰিছিল চলমান খানে? কিন্তু কৰে এই কাম!

সংগীতাই ৮০ আৰু ৯০ দশকত বলীউডৰ বহু ছবিত কাম কৰিছিল। অভিনয়ৰ লগতে সৌন্দৰ্যৰ বাবেও শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ৬৫ সংখ্যক জন্মদিন উদযাপন কৰে।

barasha-misra
Barasha Misra | Published: 12 Jul 2025 16:57 PM
৮০-৯০ দশকৰ বিখ্যাত অভিনেত্ৰী সংগীতা বিজলানী ৬৫ বছৰ বয়সতো যথেষ্ঠ ধুনীয়া হৈ আছে। চলমান খানৰ ছবি উদ্যোগত বহু প্ৰেমৰ সম্পৰ্ক আছে। ঐশ্বৰ্য ৰায় আৰু কেটৰিনা কাইফৰ উপৰিও অভিনেত্ৰী সংগীতা বিজলানীৰ সৈতেও তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ কথা চৰ্চা চলিছিল।

1 / 5
চলমান আৰু সংগীতাৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰ  ছপা হৈছিল যদিও পিছলৈ কোনো কাৰণত অনুষ্ঠিত নহ'ল। তাৰ পাছত দুয়োৰে বিচ্ছেদ হয়। কিন্তু, আজিও চলমান আৰু সংগীতা ইজনে সিজনৰ ভাল বন্ধু।

2 / 5
সংগীতাই ৮০ আৰু ৯০ দশকত বলীউডৰ বহু ছবিত কাম কৰিছিল। অভিনয়ৰ লগতে সৌন্দৰ্যৰ সৈতেও শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ৬৫ সংখ্যক জন্মদিন উদযাপন কৰে।

3 / 5
১৯৬০ চনৰ ৯ জুলাইত ‘মায়ানগৰী’ মুম্বাইত জন্মগ্ৰহণ কৰিছিল সংগীতাই। মাত্ৰ ১৫ বছৰ বয়সতে মডেলিং আৰম্ভ কৰিছিল। ২০ বছৰ বয়সত ১৯৮০ চনত অভিনেত্ৰীগৰাকীয়ে মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰিছিল।

4 / 5
অভিনয় যাত্ৰাৰ সময়ছোৱাত চলমান খানৰ ঘনিষ্ঠতা আহিছিল। কিন্তু, চলমানৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে ১৯৯৬ চনত ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু, এই সম্পৰ্ক বেছি দিন নাথাকিল। ২০১০ চনত আজহাৰুদ্দিনৰ সৈতে বিচ্ছেদ কৰি সংগীতাই ১৪ বছৰীয়া বৈবাহিক সম্পৰ্ক শেষ কৰে।

5 / 5