Raveena Tandon Birthday: ৫০ বছৰীয়া হ’ল ৰবীনা টেণ্ডন, অভিনেত্ৰীগৰাকীৰ ৫খন হিট ছবিৰ বিষয়ে জানক….
আজি মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনৰ জন্মদিন। ৫০ বছৰত ভৰি দিয়া মোহময়ী অভিনেত্ৰী গৰাকীক মৰম আৰু শুভকামনা যাঁচিছে অনুৰাগীয়ে।জন্মদিন উপলক্ষে অভিনেত্ৰীগৰাকীৰ ৫খন হিট ছবিৰ বিষয়ে জানো আহক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5