শিক্ষানুষ্ঠানত নামভৰ্তিৰ পৰা বিনামূলীয়া চিকিৎসা লৈ, ৰেচন কাৰ্ড থাকিলে কি কি লাভ হ’ব…
দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ৫ লাখ ৰেচন কাৰ্ড বিতৰণ কৰে। বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অধীনত শৰ্মাই লখিমপুৰত এক বিশাল জনসভা সম্বোধন কৰি ৰেচন কাৰ্ড বিতৰণ কৰাৰ লগতে কেইবাটা নতুন কামৰ শুভাৰম্ভ কৰে। ইয়াৰোপৰি ৰেচন কাৰ্ডৰ জৰিয়তে কি কি কৰিব পাৰিব সেই সম্পৰ্কে সবিশেষ কয়।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5