অক্ষয়ৰ পৰা আমিৰলৈ…ভগৱানৰ চৰিত্ৰত দেখা যাব এইসকল তাৰকা অভিনেতাক, চাওক লুক
ইতিমধ্যে বহু ছবিত জনপ্ৰিয় অভিনেতাসকলক ভগৱানৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। যিসকলক কিছুমানক দৰ্শকে সঁচাকৈয়ে ঈশ্বৰ বুলি গণ্য কৰে, আনহাতে কিছুমানৰ বিষয়ে কোনেও নাজানে। অৱশ্যে এই ৭ জন অভিনেতাই আগন্তুক বহু ডাঙৰ ছবিত ভগৱানৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে। ইতিমধ্যে কিছুমানৰ লুক প্ৰকাশ পাইছে,লগতে আমি কিছুমানৰ এআই লুক দেখুৱাম।

1 / 7

2 / 7

3 / 7

4 / 7

5 / 7

6 / 7

7 / 7