Raj Kapoor 100th Birthday: কিংবদন্তি অভিনেতা ৰাজ কাপুৰৰ কেইটামান চৰ্চিত চৰিত্ৰ, যিয়ে বহন কৰিছিল বিশেষ সামাজিক বাৰ্তা
বিভিন্ন চলচ্চিত্ৰ আৰু চৰিত্ৰৰ বাবে প্ৰায়ে চৰ্চাত থাকে কিংবদন্তি অভিনেতা ৰাজ কাপুৰ । ৰাজ কাপুৰৰ চলচ্চিত্ৰসমূহ কেৱল ৯০ ৰ দশকতে নহয় আজিও অনুৰাগীসকলৰ মাজত জনপ্ৰিয়। ৰাজ কাপুৰৰ প্ৰায়সমূহ চলচ্চিত্ৰৰ কাহিনী সামাজিক সমস্যাৰ ওপৰত আধাৰিত আছিল। আজি ৰাজ কাপুৰৰ ১০০তম জন্মদিনত। বিশেষ দিনটোত জানো আহক তেওঁৰ বিখ্যাত চলচ্চিত্ৰ আৰু চৰিত্ৰবোৰৰ বিষয়ে...

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6