এপ্ৰিল মাহত অসম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৱে, নিমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীয়ে…
এপ্ৰিল মাহত অসম ভ্ৰমণ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ২০২৫ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ গ্ৰহণ কৰিছে দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5