সাধু-সন্তসকলে কিয় ৰাখে দীঘল দাড়ি-চুলি? প্ৰেমানন্দ মহাৰাজে কৰিলে বাখ্যা
সাধু, সন্ত তথা ঋষি বুলি ক’লে প্ৰথমেই আমাৰ মনলৈ আহে দাড়ি-চুলিৰে ভোবোকাৰ এক অৱয়ব। সাধাৰণতে অধিকাংশ সাধু-সন্তকে তেনে বেশভূষাৰে দেখিবলৈ পোৱা যায়। পিছে তেনে বেশভূষাৰ আঁৰত আছে নেকি কোনো কাৰণ? এই প্ৰশ্নটি হয়তো কেতিয়াবা আপোনাৰ মনত উদয় হৈছে। এই সন্দৰ্ভত এক বাখ্যা আগবঢ়াইছে বৃন্দাবনৰ সন্ত প্ৰেমানন্দ মহাৰাজে। চাওঁ আহক এই বিষয়ে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5