ডাকঘৰৰ আঁচনিয়ে কৰিব ধনী! কেৱল সুতৰ পৰাই কৰিব লাখ লাখ টকা উপাৰ্জন!
ডাকঘৰৰ নেচনেল চেভিংচ চাৰ্টিফিকেট (NSC) আঁচনিখন এক উৎকৃষ্ট নিৰাপদ বিনিয়োগৰ বিকল্প। বৰ্তমান ইয়াৰ সুতৰ হাৰ বছৰি ৭.৭%। ১০ লাখ টকা বিনিয়োগ কৰিলে ৫ বছৰত কেৱল সুতত প্ৰায় ৪.৫ লাখ টকা উপাৰ্জন কৰিব পাৰিব।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5