শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শক্তিপীঠ কামাখ্যাত আন্তঃৰাষ্ট্ৰীয় গায়ক প’ষ্ট মেলনৰ সহযোগী শিল্পীৰ দল

আমেৰিকান পপষ্টাৰগৰাকীক প্ৰতিনিধিত্ব কৰা এটা দলে শনিবাৰে গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোত আছিল দুজন সংগী শিল্পী, গায়কজনৰ মেনেজাৰ আৰু তিনিজন প্ৰডাকচন ক্ৰু সদস্য।

manas-borah
Manas Borah | Updated On: 07 Dec 2025 19:42 PM
৮ ডিচেম্বৰত গুৱাহাটীত আমেৰিকান পপষ্টাৰ প’ষ্ট মেলনৰ লাইভ কনচাৰ্ট । আমেৰিকান পপষ্টাৰগৰাকীক প্ৰতিনিধিত্ব কৰা এটা দলে শনিবাৰে গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে।

1 / 5
প্ৰতিনিধি দলটোত আছিল দুজন সংগী শিল্পী, গায়কজনৰ মেনেজাৰ আৰু তিনিজন প্ৰডাকচন ক্ৰু সদস্য। অনুষ্ঠানৰ পূৰ্বে কামাখ্যা মন্দিৰ দৰ্শন কৰি প্ৰাৰ্থনা কৰে। আগন্তুক অনুষ্ঠানটোৰ সফলতাৰ বাবে আশীৰ্বাদ বিচাৰি মূল মন্দিৰ দৰ্শন কৰে দলটোৱে।

2 / 5
অতিথি শিল্পীসকলৰ ভিতৰত আছিল ক্ৰীষ্টিন ৰোজছ আৰু জেৰেমিলিষ্টা, দুয়োজনকে অনুষ্ঠানৰ সময়ত প’ষ্ট মেলনৰ সৈতে দেখা পাব পাৰে।

3 / 5
৮ ডিচেম্বৰৰ সন্ধিয়া ৫ বজাত খানাপাৰাৰ পশু চিকিৎসা খেলপথাৰত প’ষ্ট মেলনৰ কনচাৰ্ট অনুষ্ঠিত হ’ব, য’ত হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰা সম্ভাৱনা আছে। ৫ ঘণ্টা ধৰি অনুষ্ঠান পৰিৱেশন কৰিব প’ষ্ট মেলনে।

4 / 5
ইফালে,  পপষ্টাৰ গৰাকীক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে কামৰূপ মেট্ৰ’ প্ৰশাসন। ইতিমধ্যে প্ৰশাসনে যাতায়ত নিষেধাজ্ঞা, প্ৰৱেশৰ নিয়ম আৰু ভিৰ ব্যৱস্থাপনা পৰিকল্পনা ঘোষণা কৰিছে।

5 / 5