ঝুমুৰ চাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰীয়ে জনালে আমন্ত্ৰণ…
২৪ ফেব্রুৱাৰী ২০২৫ত গুৱাহাটীত অনুষ্ঠিতব্য এডভাণ্টেজ আছাম ২.০ৰ অংশ স্বৰূপে ঝুমুৰ নৃত্য আয়োজন হ'ব। এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ বাবে ইতিমধ্যে মোদীক আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5