ভাৰতীয়ৰ আশা-আকাংক্ষাত ইতিবাচক গতিঃ সহজ জয়েৰে অভিযান আৰম্ভ সিন্ধুৰ
দেশবাসীৰ আশা-আকাংক্ষাক বুকুত বান্ধি পেৰিছ অলিম্পিকত সফল আৰম্ভণি ঘটাইছে তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে। দুবাৰৰ অলিম্পিক জয়ী তাৰকাগৰাকীয়ে আজি দমনীয় প্ৰদৰ্শনেৰে মালদ্বীপৰ প্ৰতিদ্বন্দী ফতিমথ নবাহা আব্দুল ৰজাকক ২১-৪ আৰু ২১-১১ৰ ব্যৱধানত পৰাস্ত কৰি পেৰিছ অভিযান আৰম্ভ কৰিছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5