শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Panchayat 3: সকলোফালে চৰ্চা ফুলেৰা গাঁৱৰ, আপুনি চালেনে ছিৰিজখন?

কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছে পঞ্চায়ত-৩ । ইতিমধ্যে এই ছিৰিজখনৰ দুটা খণ্ডই দৰ্শকৰ পৰা যথেষ্ঠ আদৰ লাভ কৰিছিল। সকলোৱে অপেক্ষা কৰি আছিল তৃতীয়টো খণ্ডৰ বাবে। এইবাৰ ভাল সঁহাৰি লাভ কৰিছে ছিৰিজখনে।

barasha-sarma
Barasha Sarma | Published: 30 May 2024 12:39 PM
বৰ্তমান বিশেষ চৰ্চাত আছে ৱেব ছিৰিজ পঞ্চায়ত-৩ ।  সচিব জী, প্ৰধান জী, বনৰাকছ, বিনোদ আদি যিয়েহ নহওক কিয়, প্ৰতিটো চৰিত্ৰই বেচ আমোদ দিয়ে দৰ্শকক।   ফুলেৰা গাঁৱৰ লগত যেন জড়িত হৈ পৰিছে দৰ্শকসকল।

1 / 5
২৮ মে’ত TVF য়ে অ’টিটি প্লেটফৰ্ম প্ৰাইম ভিডিঅ’ত পঞ্চায়তৰ তৃতীয়টো খণ্ড মুকলি কৰিছে।   এফালে সকলোৱে সচিবজীৰ বদলি ৰখাবলৈ চেষ্টা কৰি আছে আনফালে আছে প্ৰধান জীৰ নিৰ্বাচন। প্ৰধানজী চিন্তিত কিয়নো   বনৰাকাছে বাধা হৈ থিয় দি আছে। ইয়াৰোপৰি আৰু বহু সংঘাত দেখিবলৈ পোৱা যায়।

2 / 5
দ্বিতীয় খণ্ডৰ শেষত আপুনি হয়তো অনুভৱ কৰিব পাৰে যে কাহিনীটো অলপ লেহেমীয়া হৈছে।  কিন্তু, যেতিয়াই  কমেডীৰ আহিব, তেতিয়াই আপোনাৰ সকলো ভাল লাগিব। আপুনি অনুভৱ কৰিব যে আগৰ দৰে এই খণ্ডটোও ভাল আৰু আকৰ্ষিত।।

3 / 5
অৱশ্যে কিছুমান দিশ দৰ্শকে ভাল পোৱা নাই। বিনোদৰ চৰিত্ৰটো আগৰ কেইটা খণ্ডত দৰ্শকে যথেষ্ঠ ভাল পাইছিল। কিয়নো বহু কমেডী দৃশ্য আছিল তেওঁৰ। কিন্তু এইবাৰ তেওঁ প্ৰধানজীৰ বিৰুদ্ধে মন্তব্য পৰে আৰু চৰিত্ৰটো চিৰিয়াছ হৈ পৰিছে।

4 / 5
ছ'চিয়েল মিডিয়াত যথেষ্ঠ চৰ্চাত আছে এই ছিৰিজখন। বহুতে ভাইৰেল কৰিছে  পঞ্চায়ত-৩ ৰ বহু দৃশ্যাংশ। একাংশৰ অসন্তুষ্টি থাকিলেও বেছি সংখ্যকে এই ছিৰিজখন যথেষ্ঠ ভাল পাইছে। আপুনি যদি চাব বিচাৰে তেন্তে চাব পাৰে। কিয়নো ই আপোনাক নিৰাশ নকৰে। মন খুলি হাঁহিব পাৰিব আপুনি।

5 / 5