পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন আয়োজনৰো পৰিকল্পনা
সংবাদমেলত ৰাস মহোৎসৱ সমিতিয়ে সদৰী কৰা মতে ১৫ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই পলাশবাৰী ৰাস মহোৎসৱ খনিৰ সময়ত বহু কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সদ্য প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন উদযাপনৰো পৰিকল্পনা কৰিছে সমিতিয়ে।

1 / 5
      

2 / 5
      

3 / 5
      

4 / 5
      

5 / 5
      
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      