আৰক্ষীৰ জালত বৃহৎ গৰু চুৰি চক্ৰ; উদ্ধাৰ ১৯টা গৰু, ফান্দত পৰিল বিজু-লোকমানসহ চাৰিজন
গোপন সূত্ৰৰ পম খেদি পলাশবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১৯টা চুৰি গৰু। লগতে আৰক্ষীয়ে এই চুৰি চক্ৰত জড়িত চাৰিজন লোককো গ্ৰেপ্তাৰ কৰিছে। স্বাভাৱিকতেই পলাশবাৰী আৰক্ষীৰ এই অভিযান এক বৃহৎ সাফল্য হিচাপে প্ৰমাণিত হৈছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5