Orunodoi 3.0: আজি মুকলি হ’ব অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ…
Orunodoi 3.0: মহিলাসকলক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে ৰূপায়ণ কৰা এক আঁচনি অৰুণোদয়। এই আঁচনিৰ অধীনত মহিলাসকলে মাহিলী ১২৫০ টকাকৈ লাভ কৰে। আজি অৰুণোদয়ৰ তৃতীয় সংস্কৰণ মুকলিৰ দিন।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5