আজিৰ দিনটোতেই পোখা মেলিছিল এক অনন্য ইতিহাসেঃ নাম তেওঁৰ শচীন তেণ্ডুলকাৰ…
২২ গজৰ জগতখনত এইপৰ্যন্ত ক্ৰিকেটপ্ৰেমীয়ে দেখিছে ইগৰাকীৰ পিছত সিগৰাকীকৈ কিংবদন্তি খেলুৱৈ। বেট-বলৰ যুঁজত নিজৰ অসামান্য প্ৰতিভাৰে ক্ৰিকেট ইতিহাসত লিখি গৈছে নিজৰ নাম। তাৰ মাজতে এক ব্যতিক্ৰম। ক্ৰিকেট ইতিহাসত নাম লিখি নহয়, নিজেই এক অনন্য ইতিহাস হৈ ক্ৰিকেট বিশ্বক সমৃদ্ধ কৰি তুলিলে এগৰাকী খেলুৱৈয়ে। নাম তেওঁৰ শচীন তেণ্ডু্ুলকাৰ- ‘দ্য গড অৱ ক্ৰিকেট’।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5