শিক্ষক দিৱসৰ দিনাই মহানগৰীত প্ৰতিবাদত নামিল কেইবাশতাধিক শিক্ষকঃ লতাশিলৰ পৰা তুলিলে এনে দাবী
প্ৰাদেশীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাই আজি গুৱাহাটী মহানগৰীত গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজি কেইবাশতাধিক শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰি অনশনত বহে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5