আজি গহপুৰলৈ বিত্তমন্ত্ৰী সীতাৰমণ, শিলান্যাস কৰিব শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ
কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি আজি গহপুৰত উপস্থিত থাকিব। গহপুৰত আজি শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ইয়াৰ সমান্তৰালকৈ ৰাজহুৱা সভাতো অংশ ল’ব বিত্তমন্ত্ৰীগৰাকীয়ে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5