নলবাৰীৰ হৰি মন্দিৰত সামূহিক বিবাহ, একেলগে বিয়াত বহিল ৯যোৰা দৰা-কইনা
আজি সামৰণি পৰিল নলবাৰীৰ ৰাস। ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে উদযাপিত হৈ আহি এইবাৰ ৯১ বছৰত ভৰি দিছিল এই ৰাসে। অন্তিম দিনটোত যোৱা বছৰৰ দৰে এইবাৰো নলবাৰী জিলা প্ৰশাসন আৰু হৰিমন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত অন্তিম দিনটোত অনুষ্ঠিত হয় সামূহিক বিবাহ। সংস্কৃতিৰ বৰপথাৰ হিচাপে প্ৰতিটো বৰ্ষতে এইদৰে জিলিকি উঠে নলবাৰী।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5