গ্ৰাহকৰ বাবে সুখবৰঃ অহা সপ্তাহত বজাৰলৈ চাৰিটা নতুন অত্যাধুনিক স্মাৰ্ট ফোন
যদি আপুনি নতুন এটা স্মাৰ্টফোন ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে, তেন্তে খৰখেদা নকৰিব। আৰু মাত্ৰ দুই-তিনিদিন অপেক্ষা কৰক। অহা সপ্তাহত ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্ট আৰু আমাজনত চাৰিটা নতুন স্মাৰ্টফোনৰ বিক্ৰী আৰম্ভ হ’ব। হয়তো আপোনাৰ পচন্দৰ সৈতে মিলিব পাৰে এই চাৰিটা নতুন স্মাৰ্টফোন! গতিকে এবাৰ চকু ফুৰাওক বজাৰত উপলব্ধ হ’বলগা এই স্মাৰ্টফোন কেইটাৰ ওপৰত।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5