নতুন শ্ৰম সংহিতা কাৰ্যকৰী, এবছৰ কাম কৰাৰ পাছতে কৰ্মচাৰী লাভ কৰিব গ্ৰেচুইটি
কেন্দ্ৰীয় চৰকাৰে চাৰিটা নতুন শ্ৰম সংহিতা কাৰ্যকৰী কৰিছে। চৰকাৰে ঘোষণা কৰে যে, কৰ্মচাৰীয়ে এবছৰৰ পিছত নিশ্চিত গ্ৰেচুইটি লাভ কৰিব। বৰ্তমান, ইয়াক প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে দিয়া হয়।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5